লখিমপুৰত জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ জোৰ সমদলক আৰক্ষীৰ বাধা

লখিমপুৰ: কা বাতিল আৰু আন্তৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনৰ দাবীত জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ লখিমপুৰ জিলা সমিতিয়ে জোৰ সমদল উলিওৱাৰ সময়ত আৰক্ষীয়ে বাধা প্ৰদান কৰে। ইয়াকে লৈ আৰক্ষীৰে তৰ্ক যুদ্ধত লিপ্ত হয় পৰিষদৰ নেতা কৰ্মী।

চৰকাৰৰ এনে ফেচিষ্ট কাৰ্য্য সহ্য কৰা নহব বুলি হুংকাৰ প্ৰতিবাদী সকলৰ ।

আৰক্ষীৰ বাধা ওফৰাই পৰিষদে জোৰ সমদল কৰি উত্তাল কৰে লখিমপুৰ নগৰ।

বিজেপি গ বেক, অসম চৰকাৰ হায় হায়, কা বাতিল কৰিবই লাগিব আদি শ্লোগানেৰে নগৰ পৰিভ্ৰমণ কৰে পৰিষদৰ জোৰ সমদলে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply