নিউজ ডেক্স:- এতিয়াৰে পৰা চৰকাৰী ধনেৰে ধৰ্মীয় শিক্ষা নহব | ৰাজ্য চৰকাৰে দীৰ্ঘ দিনৰ পৰা কৈ অহা বিধেয়ক খন আজি গৃহীত কৰে বিধানসভাৰ মজিয়াত |
বহু বিতৰ্কৰ অন্তত সদনত বুধবাৰে গৃহীত মাদ্ৰাছা বিষয়ক The Assam Repealing Bill 2020 । এতিয়াৰে পৰা চৰকাৰী মাদ্ৰাছা চৰকাৰী স্কুললৈ ৰূপান্তৰিত হ’ব।
১ এপ্ৰিল ২০২১ ৰ পৰা আৰম্ভ হ’ব পাঠদান। উল্লেখ্য যে এই বিধেয়ককলৈ বহু দিন ধৰি চলি আছিল বিতৰ্ক । বিধেয়ক খনৰ বিৰোধিতা কৰি বিৰোধীয়ে সদন ত্যাগ কৰে ।