সোণাৰি– সোণাৰিত ‘কা’ বাতিল আৰু আন্তঃৰাজ্যিক পাৰ-পত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত প্ৰতিবাদ। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে বুধবাৰে জোৰ লৈ সাব্যস্ত কৰিলে প্ৰতিবাদ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত সাব্যস্ত কৰা হয় এই প্ৰতিবাদ।
চৰাইদেউ জিলা সমিতিৰ কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে এই প্ৰতিবাদী কাৰ্যসূচী। প্ৰতিবাদী কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উপদেষ্টা ৰঞ্জিত চাংমাই, তথ্য আৰু প্ৰচাৰ সম্পাদক চাবিৰ আহমেদৰ লগতে বহুকেইগৰাকী কেন্দ্ৰীয় নেতাই অংশগ্ৰহণ কৰে।