কলবাৰীত পথ দুৰ্ঘটনাত নিহত এজন Credit: ইষ্ট ম'জ'

বজালী– বজালীৰ সৰুপেটাৰ কলবাৰীত পথ দূৰ্ঘটনা। অচিনাক্ত বাহনৰ খুন্দাত থিতাতে নিহত বাইক আৰোহী। বাইক আৰোহী জন বজালীৰ কলবাৰীৰ ধনজিৎ দাস বুলি চিনাক্ত।

ইতিমধ্যে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply