হোজাইত নেতাজীৰ জন্মদিন পৰাক্ৰম দিৱস হিচাবে পালন

হোজাই- নেতাজীৰ ১২৫ তম জন্ম দিৱস হোজাইতো বণাৰ্ঢ্য কাৰ্সূচীৰে উদযাপন কৰা হয় । হোজাইৰ নেতাজী কৰ্ণাৰত হোজাই কংগ্ৰেছ আৰু স্থানীয় লোকৰ উদ্যোগত পালন কৰা হয় এই ‘পৰাক্ৰম দিৱস’।কলকাতাৰ পৰা নিমন্ত্রিত বাৰেবৰনীয়া বেণ্ড পাৰ্টীৰ বেণ্ড প্ৰদৰ্শনৰে পালন কৰা হয় এই পৰাক্ৰম দিৱসত।নেতাজীৰ এই জন্ম দিৱসত হোজাই নেতাজী কৰ্ণাৰৰ পৰা এক শোভাযাত্ৰাও উলিওৱা হয়।

বাৰেবৰনীয়া বেণ্ড পাৰ্টীৰ বেণ্ড প্ৰদৰ্শন পৰাক্ৰম দিৱসত

উক্ত অনুষ্ঠানত উপস্থিত থাকে প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু কুমাৰ দে, হোজাই ৰবীন্দ্ৰনাথ বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য ডঃ অমলেন্দু চক্ৰৱৰ্তী,প্ৰাক্তন আৰক্ষী উপ মহাপৰিদৰ্শক কৃষ্ণকান্ত শৰ্মা সহ বহুতো নেতাজীৰ গুণমুগ্ধ |অনুষ্ঠানত পতাকা উত্তোলন কৰে প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু কুমাৰ দেই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply