গুৱাহাটী- ২০২১ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ সময়সূচী ঘোষণা। শনিবাৰে টুইটযোগে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰীক্ষাৰ সময়সূচী ঘোষণা কৰে।
ঘোষণা
২০২১ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা তলত দিয়া অনুযায়ী অনুষ্ঠিত হ'ব –
১)হাইস্কুল শিক্ষান্ত পৰীক্ষা অহা ১১ মে'ৰ পৰা আৰম্ভ হ'ব।
২)উ: মা: চূড়ান্ত পৰীক্ষা অহা ১২ মে'ৰ পৰা আৰম্ভ হ'ব ।
পৰীক্ষাৰ ফলাফল ক্ৰমে ৭ জুলাই আৰু ৩০ জুলাইত ঘোষিত হ'ব।— Himanta Biswa Sarma (@himantabiswa) January 2, 2021
১১ মে’ৰ পৰা আৰম্ভ হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা। উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা আৰম্ভ হ’ব ১২মে’ তাৰিখৰ পৰা।
ইফালে পৰীক্ষাসমূহৰ ফলাফল ঘোষণা কৰা হ’ব ৭ জুলাইৰ আৰু ৩০জুলাইত।