গুৱাহাটী – বহু প্ৰতীক্ষাৰ অন্তত অহা ৬ নৱেম্বৰৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হ’ব ওৰাং ৰাষ্ট্ৰীয় উদ্যান। এই কথা সদৰী কৰিছে ৰাজ্যৰ বন বিভাগে৷

এই সন্দৰ্ভত জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়লৈ এক বিজ্ঞপ্তি প্ৰেৰণ কৰে বন বিভাগে ৷

বন বিভাগে প্ৰেৰণ কৰা বিজ্ঞপ্তি অনুসৰি যোৱা কিছুদিন ধৰি হোৱা নেৰানপেৰা বৰষুণৰ ফলত ৰাষ্ট্ৰীয় উদ্যানখনৰ পথ ক্ষতিগ্ৰস্ত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি উদ্যানখনৰ সকলো পৰ্যটন স্থান পৰ্যটকসকলৰ বাবে মুকলি কৰি দিব পৰা নাযাব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply