ৰাজীব কুমাৰ বৰা লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ

অসম লোকসেৱা আয়োগৰ নতুন অধ্যক্ষক নিযুক্তি ।

ৰাজীৱ কুমাৰ বৰাক নিযুক্ত কৰা হৈছে এই পদত।

এজন অৱসৰপ্ৰাপ্ত আইএএছ বিষয়া ৰাজীব কুমাৰ বৰা ।

সোমবাৰে ৰাজ্যপালৰ কাৰ্যালয়ৰ পৰা জাৰি কৰিছে জাননী।

পল্লব ভট্টাচাৰ্যৰ কাৰ্যকাল সামৰণি পৰাৰ পিছত ৰাজীব কুমাৰ বৰাক দায়িত্ব দিয়া হয়

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply