গুৱাহাটী– গুৱাহাটীত ভূমিকম্পৰ জোকাৰণি। ১৭ ফেব্ৰুৱাৰী সন্ধিয়া ৬বজাত অনুভূত হয় জোকাৰণি। এই ভূমিকম্পৰ প্ৰাৱল্য ৪.৭ৰিখটাৰ স্কেল।
ভূমিকম্প ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুভূত জোকাৰণি। ভূমিকম্পৰ অভিকেন্দ্ৰ শোণিতপুৰ।