অসমত আকৌ ৪৯৯জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।
ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২২২৩৬৭জনলৈ পাইছে বৃদ্ধি।
ৰাজ্যখনত বৃহস্পতিবাৰৰ দিনটোত সুস্থ হয় ৮৫জন লোক আৰু এজন লোকৰ মৃত্যু কোৰোনাত।
এতিয়ালৈকে আৰোগ্য হোৱা লোকৰ সংখ্যা অসমত ২১৬২৮৪জনলৈ বৃদ্ধি পাইছে।
ইফালে, মৃত্যু হোৱা লোকৰ সংখ্যা ১১২৩জনলৈ বাঢ়িছে।
আনহাতে, এতিয়াও অসমত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৩৬১৩জন ৰোগী।

ৰাজ্যত ২৪ ঘণ্টাত কৰোনাত আক্ৰান্ত ৪৯৯ জন কেৱল গুৱাহাটীতে কৰোনাত আক্ৰান্ত হৈছে ২৫৫জন ।
২৪ ঘণ্টাত গুৱাহাটীত এজন কৰোনা আক্ৰান্তৰ মৃত্যু ।
গুৱাহাটীৰ পিছতে সৰ্বাধিক আক্ৰান্ত হৈছে ডিব্ৰুগড়ত ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply