গুৱাহাটী – অসমৰ পৰবৰ্তী মুখ্য সচিব হ’ব জিষ্ণু বৰুৱা। ৩১ অক্টোবৰত অৱসৰ ল’ব বৰ্তমানৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই। তাৰ পিছতে এই দায়িত্ব গ্ৰহণ কৰিব জিষ্ণু বৰুৱাই ।

উল্লেখ্য যে ১৯৮৮ চনৰ অসম মেঘালয় কেডাৰ জিষ্ণু বৰুৱাই বৰ্তমান ৰাজ্যৰ গৃহ,ৰাজনীতি,ৰাজহ আদি কেইবাটাও বিভাগৰ অতিৰিক্ত মুখ্য সচিব হিচাপে কৰ্মৰত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply