গুৱাহাটী– ৰাজ্য় চৰকাৰে এইবাৰ ১৩ জানুৱাৰীত সীমিত বন্ধ ঘোষণা কৰিছে। কাৰণ চাৰিটাকৈ সীমিত বন্ধৰ তালিকাত অন্তভূক্ত কৰা হৈছে মাঘ বিহুৰ উৰুকাৰ বন্ধ। মাঘ বিহুৰ উৰুকাত বন্ধ পাব এইবাৰ অসম চৰকাৰৰ কৰ্মচাৰীয়ে।
পূৰ্বে ৰাজ্য় চৰকাৰৰ কৰ্মচাৰীয়ে পোৱা নাছিল উৰুকাৰ বন্ধ। এইবাৰ কৰ্মচাৰী সকলে উৰুকাৰ দিনটোও ভালদৰে উদযাপন কৰিবলৈ পাৰিব।