গৌৰীপুৰত অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ
গৌৰীপুৰত অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

গৌৰীপুৰঃ ধুবুৰী জিলাৰ গৌৰীপুৰৰ লালকুৰা গাৱঁত অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ।

এক বিশেষ সূত্ৰত খবৰ লাভ কৰি আৰক্ষীয়ে গাওঁখনত অভিযান চলাই উদ্ধাৰ কৰে ৪টা হস্তনিৰ্মিত বন্দুক, ২০০গ্ৰাম সোণ আৰু ১,০,২০০০টকা নকল নোট।

আৰু পঢ়কঃ অ’এনজিচি কৰ্মচাৰীৰ অপহৰণ কাণ্ডৰ সৈতে জড়িত ১৪জনক গ্ৰেপ্তাৰ

গাওঁখনৰ বাসিন্দা মজিবুৰ ৰহমানৰ পৰা ধুবুৰী আৰক্ষীয়ে অস্ত্ৰসহ টকাখিনি জব্দ কৰে।

ব্যক্তিজনক আটক কৰি ধুবুৰী আৰক্ষীয়ে সোধাপোচা কৰি আছে।

আৰু পঢ়কঃ ভোট গণনাৰ বাবে প্ৰস্তুত দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰশাসন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply