কঠিয়াতলীত জব্দ বৃহৎ পৰিমানৰ অবৈধ কাঠ Credit: ইষ্ট ম'জ'

কামপুৰ: নগাঁৱৰ কঠিয়াতলী এঘাৰমাইলত বৃহৎ পৰিমানৰ পাহাৰীয়া কাঠ জব্দ ৷

নগাঁও, কঠিয়াতলী আৰু মদাৰতলী বন বিভাগৰ যুটীয়া অভিযানত হিলচ্ টিম্বাৰ শ্ব’প নামৰ এখন কাঠৰ দোকানৰ পৰা জব্দ কৰে এই চোৰাং কাঠ সমূহ ৷ জব্দকৃত কাঠ সমূহৰ মূল্য লক্ষাধিক টকা ৷

চৰকাৰী অনুজ্ঞাপত্ৰ থকা অঞ্চলটোৰ টিম্বাৰ চপ সমূহত যোৱা সময় চোৱাৰ পৰা চোৰাং কাঠৰ বৃহৎ ব্যৱসায় চলি আহিছে ৷ বন বিভাগে কাঠ সমূহ জব্দ কৰিছে যদিও

এই পৰ্যন্ত মুখ খোলা নাই বন বিভাগে ৷ অঞ্চলটোৰ প্ৰায় প্ৰতিখন অনুজ্ঞাপত্ৰ থকা টিম্বাৰ শ্ব’প সমূহত চোৰাং কাঠৰ ব্যৱসায় চলি থকা অভিযোগ দীৰ্ঘদিনীয়া ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply