গুৱাহাটী – অহা ২০ নৱেম্বৰৰ ষট পূজা উপলক্ষে ক’ভিড ১৯ ৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলা উপায়ুক্তই কিছু গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে৷

গুৱাহাটীত এই বছৰৰ ষট পূজা ব্ৰহ্মপুত্ৰ নদীৰ পাৰত (উজান বজাৰৰ পৰা ভৰলুমুখলৈ), সোণালী, পাণ্ডু ঘাট, বিৰুবাৰী ফিচাৰী, বশিষ্ঠ, লালমাটি, খানাপাৰা, ফার্মগেট, হাতীগাওঁ, জ্যোতিকুছি, নাৰেংগী, পাথৰকুঁৱেৰী আৰু চন্দ্ৰপুৰত অনুষ্ঠিত হ’ব ৷

জাৰি কৰা নিৰ্দেশনা অনুসৰি –

– এবাৰত সর্বাধিক মাত্ৰ ৫জন ব্যক্তিয়েহে উদযাপন কৰিব পাৰিব পূজা ৷

– এইবাৰ ছত পূজাত কোনোধৰণৰ সাংস্কৃতিক অনুষ্ঠান মেলা অনুষ্ঠিত কৰিব নোৱাৰিব ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,852 other subscribers

Leave a comment

Leave a Reply Cancel reply