বঙাইগাঁও:-আজি পবিত্ৰ বৰদিন৷ খ্ৰীষ্টান ধৰ্মৰ প্ৰৱৰ্তক যীচুৰ খ্ৰীষ্টৰ জন্ম দিন ৰাজ্যৰ আন অঞ্চলৰ লগতে বঙাইগাৱতো পালন কৰা হৈছে |জিলা খনৰ বাঘপাৰা নিগমঘোলা অঞ্চলত ৰাতি বাৰ বজাত যীশুৰ জন্মদিন তথা পবিত্ৰ বৰদিন পালনত অংশ লয় স্থানীয় ৰাইজে |

কৰোণা সৃষ্ট পৰিবেশৰ মাজতো বঙাইগাঁও জিলাৰ বাঘপাৰা নিগমৰ ব্যাপ্তিষ্ট গীৰ্জা ঘৰত খ্ৰীষ্টানধৰ্মী লোক সকল সমাবেত হৈ অংশ লয় বৰদিনৰ অনুষ্ঠানত | নিশা অঞ্চলটোৰ ৰাইজে কেৰ’লতো অংশ লয় | গীতে মাতে মুখৰিত হৈ পৰে |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply