গণেশগুৰি সংযোগী উৰণীয়া সেঁতু মুকলি কৰি কি ক’লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে –

– আজিৰ দিনটো অসমৰ বাবে আনন্দৰ দিন

– গুৱাহাটী মহানগৰীক অসমৰ আত্মা হিচাপে গণ্য কৰোঁ

– এই মহানগৰী দক্ষিণ পূব এচিয়াৰ ভিতৰত শক্তিশালী চহৰৰ দিশে আগবাঢ়িছে

– সময়তকৈ আগত উৰণীয়া সেঁতুৰ কাম সম্পূৰ্ণ কৰি প্ৰমাণ কৰি দিলে

– হিমন্ত বিশ্ব শৰ্মাক যি দায়িত্ব দিছিলো সেয়া নিষ্ঠা সহকাৰে সম্পন্ন কৰিছে

– গুড গভৰ্নেঞ্চৰ এয়াই উদাহৰণ, তেওক ধন্যবাদ জনাইছো

– গুৱাহাটীৰ ঘৰবোৰ এটা ৰঙেৰে সুন্দৰ কৰি সৌন্দৰ্য বৃদ্ধি কৰি তুলিবলৈ আহ্বান মহানগৰবাসীলৈ, হিমন্তকো বিশ্লেষণ কৰি চাবলৈ আহ্বান

– এয়া মোৰ মনৰ আহ্বান, জাপি দিব বিচৰা নাই

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply