কুলামৰাত বিনামূলীয়া স্বাস্থ্য শিবিৰ Credit: ইষ্ট ম'জ'

মাজুলী– মাজুলীৰ কুলামৰাত বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন। ১১৯ নং CRPF বাহিনীৰ মাজুলীৰ উদ্যোগত হামিং বাৰ্ড বিদ্যালয়ত শনিবাৰে অনুষ্ঠিত হয় এই শিবিৰৰ।

এই অনুষ্ঠানত উপস্থিতি থাকে চিআৰপিএফৰ উচ্চপদস্থ কে’বাগৰাকীও বিষয়াৰ লগতে বিভাগীয় কেইবাগৰাকীও চিকিৎসক। এই চিকিৎসা শিবিৰত অঞ্চলটোৰ লোক সকলৰ লগতে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী শিক্ষক সকলৰ স্বাস্থ্যপৰীক্ষা কৰোৱা হয়।

বান বিধ্বস্ত অতি পিছপৰা অঞ্চলটোৰ ৰাইজৰ মাজত চি আৰ পি এফ ৰএই মানৱ সেৱাক এক মুখে সকলোৱে শলাগ লয় সকলোৱে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply