যোৱাকালি বিত্তমন্ত্ৰী অজন্তা নেওগে ঘোষনা কৰিলে নিবনুৱা যুৱক-যুৱতীয়ে লাভ কৰিব ২লাখকৈ টকাৰ এককালীন সাহাৰ্য্য।

ক্ষুদ্ৰ উদ্যোগ স্হাপনৰ সহায় কৰাৰ বাবে চৰকাৰৰ অভিলাসী আচঁনি প্ৰায় ১লাখ নিবনুৱাই লাভ কৰিব চৰকাৰৰ পৰা ২লাখকৈ টকা।

স্বয়ম আচঁনিৰ অধীনত ক্ৰেডিট লিংকেজৰ সুবিধা লাভ কৰা সকলক দিয়া হব অগ্ৰাধিকাৰ।

আনহাতে, যিসকলে নিজ ব্যৱসায় সফলতাৰে চলাই আছে তাকো অগ্ৰাধিকাৰ প্ৰদান কৰা হব এই আচঁনিত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply