লাহৰীঘাট: মুখ্যমন্ত্রী ড°হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতিবিৰোধী স্থিতিক ভেঙুচালি তীৰ মাফিয়াই চলাই আছে অবৈধ কামকাজ।

লাহৰীঘাট আৰক্ষীৰ ব্যাপক তৎপৰতাত নিদ্ৰাহৰণ হৈছে তীৰ মাফিয়াৰ।

আৰক্ষীয়ে চলোৱা গোপন অভিযানত জব্দ হয় ২৯ লাখ টকা।

তীৰ মাফিয়া মইনুল হ’কৰ ঘৰৰ পৰা জব্দ এই টকাখিনি।

পলাতক তীৰ মাফিয়া মইনুল হক।

আৰক্ষীৰ অভিযানত মইনুলৰ সহযোগী দিলোৱাৰ আৰু ছাজাহানক গ্ৰেপ্তাৰ কৰে লাহৰীঘাটত আৰক্ষীয়ে।

লাহৰীঘাটত থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অদিত্য বড়োৰ নেতৃত্বত এই অভিযান চলে।

লগতে পঢ়ক-দেৰগাৱত ট্ৰাকে মহতীয়াই নিলে হোটেল এজন নিহত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply