ধেমাজিঃ ৰাজ্যত এতিয়াও অব্যাহত আছে চোৰাং গৰু সৰবৰাহ। বৃহস্পতিবাৰে ধেমাজি নগৰৰ মাজমজিয়াত ২৯ টা গৰু ভৰ্তি এখন ট্ৰাক জব্দ কৰিছে আৰক্ষীয়ে।
চিলাপথাৰৰ পৰা জি জে২৬ টি ৭২১৭ নম্বৰৰ এখন ট্ৰাকত নগাঁও অভিমুখে লৈ গৈ থকা অৱস্থাত ধেমাজিৰ মাজমজিয়াত ট্ৰাকখন আৰক্ষীয়ে জব্দ কৰে। লগতে ট্ৰাক ড্ৰাইভাৰকো আটক কৰে আৰক্ষীয়ে।
আটকাধীন ড্ৰাইভাৰ জন জখলাবন্ধাৰ আল্লাল খুচী(২৯)। আৰক্ষীয়ে ট্ৰাক ড্ৰাইভাৰজনক সোধপোচ অব্যাহত ৰাখিছে
ধেমাজিত ২৯ টা চোৰাং গৰু জব্দ, এজনক আটক
চিলাপথাৰৰ পৰা জি জে২৬ টি ৭২১৭ নম্বৰৰ এখন ট্ৰাকত নগাঁও অভিমুখে লৈ গৈ থকা অৱস্থাত ধেমাজিৰ মাজমজিয়াত ট্ৰাকখন আৰক্ষীয়ে জব্দ কৰে
