ধেমাজিঃ ৰাজ্যত এতিয়াও অব্যাহত আছে চোৰাং গৰু সৰবৰাহ। বৃহস্পতিবাৰে ধেমাজি নগৰৰ মাজমজিয়াত ২৯ টা গৰু ভৰ্তি এখন ট্ৰাক জব্দ কৰিছে আৰক্ষীয়ে।
চিলাপথাৰৰ পৰা জি জে২৬ টি ৭২১৭ নম্বৰৰ এখন ট্ৰাকত নগাঁও অভিমুখে লৈ গৈ থকা অৱস্থাত ধেমাজিৰ মাজমজিয়াত ট্ৰাকখন আৰক্ষীয়ে জব্দ কৰে। লগতে ট্ৰাক ড্ৰাইভাৰকো আটক কৰে আৰক্ষীয়ে।
আটকাধীন ড্ৰাইভাৰ জন জখলাবন্ধাৰ আল্লাল খুচী(২৯)। আৰক্ষীয়ে ট্ৰাক ড্ৰাইভাৰজনক সোধপোচ অব্যাহত ৰাখিছে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,335 other subscribers

Leave a comment

Leave a Reply Cancel reply