তেজপুৰঃ আৰ্থিক দুৰ্বলতাৰ বাাবে তেজপুৰ কাৱৈমাৰীৰ এগৰাকী মহিলাই নিজৰ নৱজাতক শিশুটিক জিলা শিশুসুৰক্ষা গোটক দান কৰে ।

যোৱা ৭ ছেপ্তেম্বৰ তাৰিখে কাৱৈমাৰীৰ মহিলা গৰাকীয়ে এটি লৰা সন্তান জন্ম দিছিল ।

পিছে আৰ্থিক ভাৱে জুৰুলা মহিলা গৰাকীয়ে শিশুটিক তেজপুৰৰ জিলা শিশু সুৰক্ষা গোটৰ হাতত শিশুটি প্ৰদান কৰে।

শিশু সুৰক্ষা গোটে শিশুটো নিজৰ জিম্মাত লৈ স্বাস্থ্য পৰীক্ষা কৰি শিশু আৱাসত ৰখাৰ ব্যৱস্থা কৰিছে।

লগতে পঢ়কঃকোকৰাঝাৰত উৎকোচলৈ আবকাৰী বিভাগৰ অধীক্ষক গ্ৰেপ্তাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply