আলফা (স্বা:)ত যোগদান ৬ যুৱকৰ
পুনৰ আলফা (স্বা:)ত যোগদান ৬ যুৱকৰ।
নাগালেণ্ডৰ মন জিলাৰ লগুৱা সীমান্তৰে প্ৰৱেশ কৰি আলফা (স্বা:)ত যোগদান যুৱক কেইজনৰ।
যুৱককেইজন ক্ৰমে আনন্দ মৰাণ, পৰমানন্দ বৰা, মন বৰুৱা, বিপ্লৱ গগৈ, জীতেন গগৈ, জয়ন্ত গগৈ।
লিংকমেন বিমান বৰুৱাৰ সহযোগত আলফা (স্বা:)ত যোগদান যুৱক কেইজনৰ।