আলফা (স্বা:)ত যোগদান ৬ যুৱকৰ

পুনৰ আলফা (স্বা:)ত যোগদান ৬ যুৱকৰ।

নাগালেণ্ডৰ মন জিলাৰ লগুৱা সীমান্তৰে প্ৰৱেশ কৰি আলফা (স্বা:)ত যোগদান যুৱক কেইজনৰ।

যুৱককেইজন ক্ৰমে আনন্দ মৰাণ, পৰমানন্দ বৰা, মন বৰুৱা, বিপ্লৱ গগৈ, জীতেন গগৈ, জয়ন্ত গগৈ।

লিংকমেন বিমান বৰুৱাৰ সহযোগত আলফা (স্বা:)ত যোগদান যুৱক কেইজনৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,735 other subscribers

Leave a comment

Leave a Reply Cancel reply