গুৱাহাটীঃ বঙাইগাঁও জিলাৰ যোগীঘোপা আৰক্ষী থানাত অঘটন। লকআপৰ শৌচালয়ত অভিযুক্তৰ আত্মহত্যা। বুধবাৰে নিশা সংঘটিত হয় এই ঘটনা।

মৃত ব্যক্তিজন অভয়াপুৰী কুশবাৰীৰ আব্দুল জব্বৰ বুলি চিনাক্ত কৰা হৈছে। ব্যক্তিজনক আৰক্ষীয়ে গৰু চুৰিৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল। 

১৯ অক্টোবৰৰ পুৱা প্ৰায় ৩ বজাত ভেণ্টিলেটৰত চীপ লোৱা অৱস্থাত আব্দুল জাফৰৰ মৃতদেহ বাথৰুমত উদ্ধাৰ হয়।

এই ঘটনাৰ পিছতেই যোগীঘোপা আৰক্ষী থানাৰ কনিষ্টবল মাকিমুল হক পাটগিৰিক নিলম্বন কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply