গুৱাহাটী : বিশ্বকৰ্মা পূজাৰ আনন্দৰ মাজতে মহানগৰীত নৃশংস ঘটনা। এজন যুৱকক ছুৰীৰে হানি-খুচি হত্যাৰ চেষ্টা আন এজন যুৱকৰ।

এই নৃশংস ঘটনা সংঘটিত হৈছে মহানগৰীৰ আঠগাঁৱৰ ৪ নং ৰেলগেটৰ ৱৰ্ল্ড মটৰ পাৰ্টছ মাৰ্কেটত। জিয়াউৰ ৰহমান নামৰ যুবক জনে অমিত গিৰি নামৰ যুবক জনক চোকা অস্ত্ৰৰে আক্ৰমন কৰে।

লগতে পঢ়ক :  ৫ খন জাহাজ আনুষ্ঠানিকভাৱে ৰাইজৰ সেৱাত উচৰ্গা কৰিলে মুখ্যমন্ত্ৰীয়ে

ঘটনাৰ পিছতে পৰিস্থিতি উত্তপ্ত হৈ পৰাত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীক মোতায়ন কৰা হয় অঞ্চলটোত। আহত অমিত গিৰিক গুৱাহাটী মেডিকেল কলেজ হাস্পাতালত ভৰ্তি কৰোৱা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply