সোণাৰি: সোণাৰিত চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী।
পেট্ৰল,ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধৰ দাবীত চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী।
মূল্যবৃদ্ধি ৰোধৰ দাবীত চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ নেতা কৰ্মীয়ে উত্তাল কৰিলে সোণাৰিৰ লাচিত উদ্যান।
মূল্য বৃদ্ধি ৰোধ কৰি সাধাৰণ ৰাইজক সকাহ দিয়াৰ দাবী চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ।
লগতে পঢ়ক হলৌ বান্দৰ সংৰক্ষণ লৈ আলোচনা