অভয়াপুৰী : অভয়াপুৰীত ভয়ংকৰ পথ দুর্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই এখন উইংগাৰ বাহন সোমাল দোকানৰ ভিতৰত। উইংগাৰ বাহনখন জি এন আৰ চিৰ পৰা ৰোগী লৈ গৈ আছিল।

বৃহস্পতিবাৰে নিশা বঙাইগাঁও জিলাৰ অভয়াপুৰীত সংঘটিত হয় এক ভয়ংকৰ পথ দুর্ঘটনা। এএছ-২৮-চি-০৬৬৭ নম্বৰৰ এখন উইংগাৰ বাহন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা এখন দোকানৰ ভিতৰত সোমাই যোৱাত ৭ জনকৈ লোক অহাত হয়।

জানিব পৰা মতে উইংগাৰ বাহনখনে জি এন আৰ চিৰ পৰা ৰোগী লৈ গৈ আছিল। দুর্ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ অহাত সকলক উদ্ধাৰ কৰি বঙাইগাঁৱলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,129 other subscribers

Leave a comment

Leave a Reply Cancel reply