অভয়াপুৰীঃ অভয়াপুৰীত আটক শিক্ষা বিভাগৰ কৰ্মচাৰী।

আটকাধীন কৰ্মচাৰী গৰাকী অভয়াপুৰীস্থিত উত্তৰ শালমাৰা মহকুমাৰ বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শকৰ কাৰ্যালয়ৰ উচ্চবৰ্গৰ সহায়িকা চন্দ্ৰা সন্দিকৈ।

পেঞ্চনৰ টকা মোকলাই দিয়াৰ নামত ধন দাবী কৰিছিল কৰ্মচাৰীগৰাকীয়ে।

লগতে পঢ়কঃদুধর্ষ অপৰাধী ইজ্জত আলী অৱশেষত নগাঁও আৰক্ষীৰ জালত

উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি পাৰ্থ সাৰথী জহৰীয়ে চন্দ্ৰা সন্দিকৈৰ বিৰুদ্ধে অভয়াপুৰী থানাত দাখিল কৰিছিল এজাহাৰ।

২৬ জুলাইৰ পৰা পলাতক আছিল কৰ্মচাৰীগৰাকী। অৱশেষত দিছপুৰ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাৰ পৰাই আটক কৰ্মচাৰী গৰাকী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply