অভয়াপুৰীঃ অভয়াপুৰীৰ বৰঘোলাত ৰহস্যজনক দুৰ্ঘটনা।
দুৰ্ঘটনাত নিহত সংবাদকৰ্মীসহ এজন যুুৱক ৷ নিহত সাংবাদিকজন দৈনন্দিন বাৰ্তা কাকতৰ আব্দুল লতিফ আৰু আনজন দিপাংকৰ ৰায় বুলি জানিব পৰা গৈছে।
লগতে পঢ়কঃশিৱসাগৰ জিলাৰ ৫টা পৌৰসভাৰ পৌৰপতি আৰু উপ পৌৰপতিৰ নাম ঘোষণা
আইনৈৰ মুকলি নোহোৱা দলঙত সংঘটিত হৈছে এই দুৰ্ঘটনা। কাহিবাৰী ঘাটত লেছীয়ে সংঘটিত কৰা দুৰ্নীতিৰ বিৰুদ্ধে বাতৰি পৰিবেশন কৰি আহিছিল আব্দুল লতিফে।
নিহত আব্দুল লতিফ আছু প্ৰাক্তন নেতা আছিল।