অভয়াপুৰীঃ অভয়াপুৰী আৰক্ষী থানাৰ অন্তৰ্গত শিঙিমাৰী দ্বিতীয় খণ্ডত যুৱকৰ মৃতদেহ উদ্ধাৰ।
উদ্ধাৰ হোৱা মৃতদেহটো বিষ্ণু চাংমা বুলি চিনাক্ত।
অত্য়াধিক মদ্য়পান কৰাৰ ফলত গাঁতত পৰি মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে।
আৰু পঢ়কঃজাগুনত গ্ৰেনেড বিস্ফোৰণত কিশোৰৰ মৃত্যু
ঘটনাস্থলীত অভয়াপুৰী আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।
এই ঘটনাক লৈ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।