অভয়াপুৰীঃঅভয়াপুৰীত জাল নোট জব্দ।
অভয়াপুৰী আৰক্ষীয়ে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত অভিযান চলাই আবু বক্কৰ ছিদ্দিকি নামৰ লোকজনৰ বাসগৃহৰ পৰা ১লাখ ৮৬হাজাৰ টকাৰ নকল নোট জব্দ কৰিবলৈ সক্ষম হয়।
আৰু পঢ়কঃজোতাৰ দোকানত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰিলে ড্ৰাগছ
আৰক্ষীৰ অভিযানৰ খবৰ লাভ কৰিয়ে মূল অভিযুক্ত আবু বক্কৰ ছিদ্দিকি বাসগৃহৰ পৰা পলায়ন কৰে।
আৰক্ষীয়ে আবু বক্কৰ ছিদ্দিকিক বিচাৰি অনুসন্ধান অব্য়াহত ৰাখিছে।