অভয়াপুৰীঃ ৰাজ্য়ত চলি থকা সান্ধ্য আইনৰ মাজতে এইবাৰ চোৰে চাফাই অভিযান চলালে ফাৰ্মাচীত।
অভয়াপুৰীত স্বস্তি মেডিকেলত চোৰৰ চাফাই অভিযান।
সান্ধ্য আইনৰ সুযোগতে চোৰে টিন পাত কাটি ফাৰ্মাচীখনৰ ভিতৰত প্ৰৱেশ কৰি লুটি নিলে নগদ ৬০,০০০ হেজাৰ টকাৰ লগতে কিছু প্রয়োজনীয় ঔষধ ।
আৰু পঢ়কঃমানকাচৰৰ মইশালডাংগাত মাৰপিটৰ ঘটনা
নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন থকা চোৰে ফাৰ্মাচীখনৰ ভিতৰত থাকিয়েই সেৱন কৰিলে ” O.R.S. “
চোৰে ফাৰ্মাচীখনৰ কিছু দৰকাৰী নথি পত্ৰয়ো জুই জ্বলাই পুৰি থৈ যায়।