গুৱাহাটী : নিশা শৰাইঘাট দলংৰ ওপৰত পথ দুর্ঘটনা। নিশা শৰাইঘাট দলংৰ ওপৰত বাগৰি পৰিল এখন চাউল ভৰ্তি ট্ৰাক। নিয়ন্ত্ৰণ হেৰুৱাই চাউল ভৰ্তি ট্ৰাকখন বাগৰি পৰে।

নিশা শৰাইঘাট দলংৰ ওপৰত সংঘটিত হয় এক পথ দুর্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই এখন চাউল ভৰ্তি ট্ৰাক দলংৰ ৰেলিংত খুন্দা মাৰি বাগৰি পৰে।

লগতে পঢ়ক  :  লামডিংত বন্দুকসহ চোৰাং চিকাৰী আটক

দুর্ঘটনাৰ পিছতে শৰাইঘাট দলংৰ ওপৰত সৃষ্টি হয় যান-জঁটৰ। চাউল ভৰ্তি ট্ৰাকখন অমিনগাঁও দিশৰ পৰা জালুকবাৰী অভিমুখে আহি আছিল। দুর্ঘটনাত ট্ৰাকখনৰ চালক আহত হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,783 other subscribers

Leave a comment

Leave a Reply