নিউজ ডেস্ক– ৰাজ্যৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে অগপৰ দ্বিতীয়খন তালিকা প্ৰকাশ কৰা হৈছে।

সেই অনুসৰি, ৮২ নং ৰহা সমষ্টিত বিষ্ণু দাস, ৬৮ নং দলগাওঁ সমষ্টিত হবিবৰ ৰহমান,

৪ নং কৰিমগঞ্জ দক্ষিণ আজিজ আহমেদ খান, ৮ নং আলগাপুৰ সমষ্টিত আপ্তবুদ্দিন লস্কৰ,

৯০ নং যমুনামুখত ছাদ্দিকুল্লা ভূঞা আৰু ২ নং পাথাৰকান্দিত ছাব্বিৰ আহমেদে প্ৰাৰ্থিত্ব লাভ কৰিছে।
বোকাখাতত প্ৰাৰ্থিত্ব লাভ কৰিছিল অতুল বৰা, কলিয়াবৰত কেশৱ মহন্ত, টীয়কত ৰেণুপমা ৰাজখোৱা,

আমগুৰিত প্ৰদীপ হাজৰিকা, চাবুৱাত পোনাকণ বৰুৱা, নাওবৈছাত জয়ন্ত খাউণ্ড আৰু তেজপুৰত পৃথ্বিৰাজ ৰাভাই (বিষ্ণুৰাভাৰ পুত্ৰ) লাভ কৰিছিল অগপৰ প্ৰাৰ্থিত্ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply