অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ হিচাপে ৰূক্ম গোঁহাই বৰুৱাক নিযুক্তি প্ৰদান।
লখিমপুৰ পষ্ট গ্ৰেজুৱেট ট্ৰেইনিং কলেজৰ অধ্যক্ষ ৰূপে আছিল ৰূক্ম গোঁহাই বৰুৱা।
ইতিমধ্যে তেওঁক উচ্চতৰ মাধ্যমিকৰ শিক্ষা সংসদৰ অধ্যক্ষ নিযুক্তি প্ৰদান কৰাৰ পাছত শুভেচ্ছা জনাইছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।
উল্লেখ্য যে, অসম সাহিত্য সভাৰ প্রথমগৰাকী সভাপতি পদ্মনাথ গোঁহাঞি বৰুৱাৰ নাতি ৰূক্ম গোঁহাই বৰুৱা।
লগতে পঢ়ক হোম আইছ’লেচন বন্ধ কৰিলে স্বাস্থ্য বিভাগে:স্বাস্থ্য মন্ত্ৰী