কোৰোনাৰ ভয়াবহ সংক্ৰমনৰ বাবে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে বাতিল কৰা প্ৰথম বৰ্ষৰ পৰীক্ষাৰ্থীসকলক দ্বিতীয় বৰ্ষলৈ উৰ্ত্তীণ কৰিছে |
এতিয়া এই পৰীক্ষাৰ্থী সকলে পোনে পোনে দ্বিতীয় বৰ্ষত ভৰি দিলে |
এই ছাত্ৰ ছাত্ৰীসকলক দ্বিতীয় বৰ্ষৰ বাবে শিক্ষা সংসদৰ ৱেবচাইডৰ পৰা ই বুক সংগ্ৰহ কৰিবলৈ আহ্বান জনাইছে |
উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ চূড়ান্ত পৰীক্ষাৰ ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত লোৱা নাই যদিও পৰীক্ষা পাতিব বুলি সংসদৰ অধ্যক্ষ দয়ানন্দ বৰগোঁহাইয়ে |
অহা ১৫ জুনৰ পিছতেই সিদ্ধান্ত ল’ব | শিক্ষা সংসদৰ অধ্যক্ষ গৰাকীৰ মতে তিনিটা কৈ বিষয়ত পৰীক্ষা লোৱাৰ প্ৰস্তাব আহিছে |
চূড়ান্ত সিদ্ধান্ত ১৫ জুনৰ পিছত সিদ্ধান্ত ল’ব |