মঙলদৈঃ আজাদিকা অমৃত মহোৎসৱ উপলক্ষে 3rd Bn SSBৰ শুকুৰবাৰে মঙলদৈত এক বিশেষ কাৰ্যসূচী ৰূপায়ন কৰে। ৭৫ সংখ্যক আজাদিকা অমৃত মহোৎসৱ সমগ্ৰ দেশজুৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে পালন কৰি আহিছে।

তাৰেই অংশ হিচাপে 3rd Bn SSB মঙলদৈৰ তৰফৰ পৰা বেন প্ৰদৰ্শন কৰে শুকুৰবাৰে মঙলদৈৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত।তেজপুৰৰ পৰা আমন্ত্ৰিত SSBৰ বিশেষ বেন প্ৰদৰ্শন কৰা হয় এই অনুষ্ঠানটিত।

প্ৰায় দুই শতাধিক SSB জোৱান আৰু স্থানীয় ৰাইজৰ উপস্থিতিত আৰম্বৰ পূৰ্ণভাৱে অনুষ্ঠিত হোৱা এই অনুষ্ঠানত SSB দেশ সেৱাৰ কথা উল্লেখ কৰে কমাণ্ডেন্ট গৰাকীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply