প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ১৮টা সমষ্টিত নিজ দলৰ প্ৰাৰ্থীৰ নাম ঘোষণা

নিউজ ডেস্ক: অৱশেষত নৱগঠিত আঞ্চলিক দল অসম জাতীয় পৰিষদে শুকুৰবাৰে ঘোষণা কৰিলে প্ৰাৰ্থী আৰু সমষ্টিৰ নাম। ৰাইজৰ দলৰ সৈতে আগন্তুক নিৰ্বাচনত নামিবলগীয়া দলটোৱে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ১৮টা সমষ্টিত নিজ দলৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰে।একেলগেই ৰাইজৰ দলেও প্ৰাৰ্থী তালিকা ঘোষণা কৰা কথা আছিল যদিও এতিয়ালৈকে তেওলোকৰ তালিকা হৈ উঠাগৈ নাই ।

১৮ সমষ্টিত দলটোৰ প্ৰাৰ্থীৰ তালিকা

দুলীয়াজান- লুৰিণজ্যোতি গগৈ
শদিয়া- জদগীশ ভূঞা
সৰু পথাৰ- ৰাজু ফুকন
ধেমাজি- চিত্তৰঞ্জন বসুমতাৰী
খুমটাই- পৱন শইকীয়া
ঢেকিয়াজুলি- শত্ৰুঘ্ন চাচনি
ৰঙাপাৰা- অজয় তাঁতী
ধিং- আনজাৰ হুছেইন
বটদ্ৰৱা- অৰূপ কুমাৰ শইকীয়া
দেৱগাঁও- আনন্দ চন্দ্ৰ দাস
নাজিৰা- ৰিবুলয়া গগৈ
থাওৰা- দ্বীপেন তাঁতী
বিহপুৰীয়া- অচ্যুত শইকীয়া
ডিব্ৰুগড়- অজিত বুঢ়াগোহাঁই
মৰিগাঁও-ৰাজীৱ কুমাৰ হাজৰিকা
তিনিচুকীয়া- চমচেৰ সিং
ঢকুৱাখান- সত্যজিত ৰেগন
মাৰ্ঘেৰিটা- সঞ্জয় কুমাৰ দেৱ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply