অখিল গগৈক বিধানসভাৰ পৰা নিলম্বন

আজিৰে পৰা  আৰম্ভ হয় অসম বিধানসভাৰ শীতকালীন অধিৱেশন।

অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ আৰম্ভণিতেই সদনৰ পৰা বহিস্কাৰ কৰি দিয়া হ’ল বিধায়ক অখিল গগৈক।

বিধানসভাৰ প্ৰশ্নোত্তৰ শিতানত অখিল গগৈয়ে হুলস্থুলীয়া পৰিৱেশনৰ সূচনা কৰাৰ অভিযোগত তেওঁক প্ৰশ্নোত্তৰ শিতানৰ সময়ছোৱাৰ বাবে নিলম্বন কৰা হৈছে।

বিধায়ক অখিল গগৈক মাৰ্ছেল লগাই উলিয়াই দিয়া হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply