নিউজ ডেস্কঃ উচ্চতম ন্যায়ালয়ে আজি বিধায়ক অখিল গগৈৰ আৱেদন পুনৰ শুনানি গ্ৰহণ কৰে।

উচ্চতম ন্যায়ালয়ে পুনৰ অখিল গগৈক অহা ১৩ মাৰ্চ পৰ্যন্ত জানিম বাহাল ৰাখে।

অখিল গগৈৰ অধিবক্তা হোজেফা এহমেদীৰ পিতৃৰ বিয়োগৰ বাবে আদালতত উপস্থিত থাকিব নোৱাৰিলে। সেয়েহে অধিভক্তাৰ আবেদনৰ ভিত্তিতেই উচ্চতম ন্যায়ালয়ে জামিন বাহাল ৰাখে।

উল্লেখযোগ্য যে, নিয়াৰ আবেদনৰ ভিত্তিত অখিল গগৈৰ বিৰুদ্ধে পুনৰ কা আন্দোলনৰ সময়ত দিয়া মাওবাদীৰে সম্পৰ্কৰ অভিযোগ গোচৰ চলাবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে পুনৰ বাৰ অনুমতি দিয়ে। যাৰ বাবে অখিল গগৈয়ে পুনৰ বাৰ গ্ৰেপ্তাৰ হোৱাৰ আশংকাতেই উচ্চতম ন্যায়ালয়ৰ ওচৰত দ্বাৰস্থ হয়।

লগতে পঢ়ক – মুখ্য নিৰ্বাচনী আয়ুক্ত বাচনিত উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক সিদ্ধান্ত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply