নিউজ ডেস্কঃ ৰাজ্যত ১২৬ টা বিধানসভা সমষ্টিৰ বাবে আৰম্ভ হ’ল ভোটগণনা।
মুঠ ৯৪৬ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব আজিৰ এই ফলাফলত।
৩৩১ টা কেন্দ্ৰত চলি আছে ভোট গণনা।
প্ৰথম পৰ্যায়ত পোষ্টেল বেলট সমূহৰ ভোটগণনা চলি আছে।
শিৱসাগৰ সমষ্টিত ৰাইজৰ দলৰ অখিল গগৈৰ অগ্ৰগতি লাভ কৰি আছে।
৩২৯৮টা ভোট লাভ কৰি আগবাঢ়ি আছে অখিল গগৈ।