অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ২৬,৪৪১ টা পদ পূৰণৰ বাবে প্ৰকাশ কৰা বিজ্ঞাপন সন্দৰ্ভত সদৌ অসম জনজাতি নিবনুৱা সন্থাৰ সংবাদমেল।

অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ বাবে খালী পদ আসন সংৰক্ষণ আইন ২০১২ কাৰ্যকৰী কৰি সংৰক্ষিত প্ৰাৰ্থীক অগ্ৰাধিকাৰ দি নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰাৰ দাবী জনায়।

২০১২ আইন অনুসৰি অনুসূচীত জাতিৰ বাবে ৭ শতাংশ, অনুসূচীত জনজাতি ভৈয়ামৰ বাবে ১০ শতাংশ, অনুসূচীত জাতি পাহাৰীয়াৰ বাবে ৫ শতাংশ পদ সংৰক্ষণৰ দাবী জনায়।

আনহাতে চৰকাৰে প্ৰাৰ্থী সকলৰ বাবে যি আবেদন মাচুল ধাৰ্য্য কৰিছে তাৰ পৰা আধা পৰিমাণ মাচুল অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ বাবে ৰেহাই দিয়াৰো দাবী জনায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply