গুৱাহাটী-  ৰাজ্যজুৰি নিৰ্বাচনী আচৰণবিধি বলৱৎ হৈ থকাৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদ্ধাৰ হৈছে নগধ ধন ৷

সোমবাৰে নিৰ্বাচন আয়োগৰ ফ্লায়িং স্কোৱাডৰ নিশ্ছিদ্ৰ তালাচী অভিযানত আমিনগাৱঁত উদ্ধাৰ নগদ ২ লাখ ৬৩ হাজাৰ হেজাৰ টকা।

আৰু পঢ়কঃ ভোটাৰক সজাগ কৰিবৰ বাবে নিৰ্বাচন আয়োগৰ চাইক্লথন

শুৱালকুছিলৈ গৈ থকাৰ পথত শ্বিলঙৰ মাটিলদা ৱাজগুই নামৰ এগৰাকী মহিলাৰ পৰা জব্দ টকাখিনি।

নিজকে কাপোৰ ব্যৱসায়ী বুলি পৰিচয় দিয়ে মহিলা গৰাকীয়ে ।

আৰু পঢ়কঃ সুৰাৰ বিপনী স্থানান্তৰ কৰা দাবীত বিশ্বনাথৰ বিহালীত স্থানীয় লোকৰ তীব্ৰ প্ৰতিবাদ

কাপোৰ ক্ৰয়ৰ বাবে অনা ২ লাখ ৬৩ হাজাৰ টকা জব্দ কৰে অভিযানকাৰী দলটোৱে।

মহিলাগৰাকীৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply