অসম আৰক্ষীত কৰা হৈছে ৰদবদল। লখিমপুৰৰ নতুন এছ পি হিচাপে দায়িত্ব প্ৰদান কৰা হৈছে আনন্দ মিশ্ৰক।
ইফালে, নগাঁৱৰ এছ পি হিচাপে নৱনীত মহন্তক প্ৰদান কৰা হৈছে দায়িত্ব।
ইফালে, অসমৰ এছিছটেন্ট ইন্সপেক্টৰ জেনেৰেল (স্পৰ্টছ) পদত দায়িত্ব প্ৰদান কৰা হৈছে ড০ বেদান্ত মাধৱ ৰাজখোৱাক।
আনহাতে, নগাঁৱৰ এছ পি লীনা দলেক হাইলাকান্দিৰ এছ পি হিচাপে দায়িত্ব প্ৰদান কৰা হৈছে। আৰু