মাৰ্ঘেৰিটা: ৰাজ্য তথা দেশ কঁপাই যোৱা যোৰহাটৰ গণপ্ৰহাৰৰ ঘটনাত নিহত ছাত্ৰ নেতা অনিমেষ ভূঞাৰ পৱিত্ৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জনোৱা হয় ।

আজি মাৰ্ঘেৰিটা ৰঙ্গমঞ্চৰ সন্মুখত থকা শ্বহীদ বেদীত মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত এক শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী অনুষ্ঠিত কৰে।

এই কাৰ্যসূচীত অসম সাহিত্য সভাৰ মাৰ্ঘেৰিটা শাখা, আছা মাৰ্ঘেৰিটা আঞ্চলিক সমিতি, আহোম সভা, সদৌ অসম ভোজপুৰী পৰিষদ, মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ কেইবাজনো শিক্ষকৰ লগতে স্থানীয় মহিলা সমিতিৰ লগতে বহু কেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে ।

আছুৰ উদ্যোগত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকি অনিমেষ ভূঞাৰ পৱিত্ৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

লগতে পঢ়ক-অনিমেশ হত্যাকাণ্ডৰ মূল অভিযুক্তসহ ১৩জনক আটক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply