যোৰহাট নগৰত সংঘটিত হোৱা বৰ্বৰ কাণ্ডত ৰাজ্যজুৰি অব্যহত আছে প্ৰতিবাদ ৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডবকাতো আমছুৰ প্ৰতিবাদ ৷

ডবকাত নিহত আছু কৰ্মী অনিমেষ ভূঞাৰ ফটোৰ সন্মুখত বন্তি প্ৰজ্জলন কৰি পুষ্পাঞ্জলীৰে গভীৰ শ্ৰদ্ধা জনায় অৰ্ধশতাধিক আমছু কৰ্মীয়ে ৷

কালি সংঘটিত হোৱা বৰ্বৰ ঘটনাক তিব্ৰ ভাষাৰে গৰিহনা দিয়ে হোজাই জিলা আমছুৱে ৷

দোষীক অতি শীগ্ৰে কৰায়ত্ত কৰি ফাচি দিয়াৰ দাবী জনায় আমছু নেতৃত্বই ৷

লগতে পঢ়ক- অনিমেশ হত্যাকাণ্ডৰ মূল অভিযুক্তসহ ১৩জনক আটক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,022 other subscribers

Leave a comment

Leave a Reply