নিউজ ডেস্কঃ ৰাজ্যত দুৰ্নীতিৰ বিৰুদ্ধে আৰক্ষীৰ যুঁজ অব্যাহত আছে। এইবাৰ দুৰ্নীতি সংঘটিত হ’ল শিক্ষাত। উৎকোচ লৈ হাতে-লুটে ধৰা পৰিল বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক । শনিবাৰে তদাৰকী আৰু দুৰ্নীতি বিৰোধী সঞ্চালকালয়ৰ এটি দলে বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ত অভিযান চলাই আটক কৰে পঞ্জীয়ক গুৰু প্ৰসাদ খাটনিয়াৰক।

উৎকোচ লৈ থকা অৱস্থাতে হাতে-লুটে ধৰা পৰিল খাটনিয়াৰ। টুইট যোগে এই বিষয়ে সদৰী কৰিছে বিশেষ আৰক্ষী সঞ্চালক জি পি সিঙে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,863 other subscribers

Leave a comment

Leave a Reply Cancel reply