আপকু'ৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী বাতিল

সাংবাদিক সকলৰ সংগ্ৰামী মঞ্চ ‘আপকু’ৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী বাতিল।

শেহতীয়াকৈ ক’ভিড-১৯ ৰ ভয়াৱহ সংক্ৰমণ আৰু জনস্বাস্থ্যৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ।

আৰু পঢ়কঃ যোৱা ২৪ ঘণ্টাত ৰাজ্যত ৬৩৯ গৰাকী লোক ক’ভিডত আক্ৰান্ত; ৬ জনৰ মৃত্যু

উল্লেখ্য যে ৩০ এপ্ৰিলত বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল।

ইয়াৰ পৰিৱৰ্তে আপকুৰ প্ৰতিখন জিলা সমিতি আৰু মহকুমা সমিতিক চৰকাৰী নীতি-নিৰ্দেশনা অনুসৰি অনুষ্টুপীয়াকৈ প্ৰতিষ্ঠা দিৱস পালন কৰিবলৈ আহ্বান জনাইছে আপকুৰ কেন্দ্ৰীয় সমিতিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply