নিউজ ডেস্কঃ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ ওচৰত হাজিৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক আৰু পঞ্জীয়ক।
এ পি ডি চি এলৰ কেলেংকাৰী সন্দৰ্ভত তদন্তৰ মুখামুখী হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক ড০দিলীপ বৰা আৰু পঞ্জীয়ক হেমন্ত নাথ। জেৰাৰ বাবে মাতি পঠিওৱা হৈছে আতাউৰ ৰহমানকো।

লগতে পঢ়কঃশিৱাংগী, অম্লান, পূজা আৰু গৌৰৱলৈ এনআৰএল ক্ৰীড়া বঁটা
বুধবাৰে জেৰাৰ সন্মুখীন হোৱা ডেইজীম হাজৰিকা আৰু সঞ্জয় ভৌমিককো পুনৰ কৰিব জেৰা। মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে আটাইকেইজনকে মুখামুখিকৈ চলাব জেৰা।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply