গুৱাহাটী : অসম চৰকাৰৰ আছাম ৰূৰেল ইনফ্ৰাষ্ট্ৰাক্সাৰ এণ্ড এগ্ৰিকালচাৰেল ছাৰ্ভিচেছ (ARIAS) ছচাইটিৰ অধীনত ২০ পদত নিযুক্তি উলাইছে। ইচ্ছুক প্ৰাৰ্থী সকলে উক্ত পদসমূহৰ বাবে অনলাইন আৱেদন কৰিব পাৰে।
District Agriculture Marketing Coordinator
- ৯টা পদ
- শিক্ষাগত অৰ্হতা যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা কৃষি বিজ্ঞান বিভাগৰ স্নাতক।
- দৰমহা বছৰি ৬.৬০ লাখৰ পৰা ১০.৮০ লাখ টকা।
- বয়স ২০২১ চনৰ ১ জুলাইত ৪৫ বছৰতকৈ কম হ’ব লাগিব।
Business Process Re–engineering Expert (BPRE)
- ৩টা পদ
- শিক্ষাগত অৰ্হতা যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা Electronics/Computer Science/IT/Information Systems আদিত B. Tech/ BE বা MCA/MSc IT
- দৰমহা বছৰি ৬.৬০ লাখৰ পৰা ১০.৮০ লাখ টকা।
- বয়স ২০২১ চনৰ ১ জুলাইত ৪৫ বছৰতকৈ কম হ’ব লাগিব।
Fertilizer & Soil Health Specialist (FSHS)
- ১টা পদ
- শিক্ষাগত অৰ্হতা যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা কৃষি বিজ্ঞান বিভাগত স্নাতকোত্তৰ
- দৰমহা বছৰি ১৮.০০ লাখৰ পৰা ২৫.৮০ লাখ টকা।
- বয়স ২০২১ চনৰ ১ জুলাইত ৫০ বছৰতকৈ কম হ’ব লাগিব।
Agribusiness Appraisal Expert (AAE)
- ৩টা পদ
- শিক্ষাগত অৰ্হতা Finance/Business Administration/ International Business/ Economics আদি বিষয়ত স্নাতকোত্তৰ
- দৰমহা বছৰি ১১.৪০ লাখৰ পৰা ১৯.৮০ লাখ টকা।
- বয়স ২০২১ চনৰ ১ জুলাইত ৪৫ বছৰতকৈ কম হ’ব লাগিব।
Financial Management Expert (FME)
- ২টা পদ
- শিক্ষাগত অৰ্হতা Finance/Finance & Accounts/ Commerce আদি বিষয়ত স্নাতকোত্তৰ
- দৰমহা বছৰি ১১.৪০ লাখৰ পৰা ১৯.৮০ লাখ টকা।
- বয়স ২০২১ চনৰ ১ জুলাইত ৪৫ বছৰতকৈ কম হ’ব লাগিব।
Procurement Management Expert (PME)
- ৩টা পদ
- শিক্ষাগত অৰ্হতা যিকোনো বিষয়ত স্নাতকোত্তৰ
- দৰমহা বছৰি ১১.৪০ লাখৰ পৰা ১৯.৮০ লাখ টকা।
- বয়স ২০২১ চনৰ ১ জুলাইত ৪৫ বছৰতকৈ কম হ’ব লাগিব।
ইচ্ছুক প্ৰাৰ্থী সকলে ৫ জুলাই ২০২১ত আবেলি ৪.৩০ বজাৰ ভিতৰত ARIAS ছচাইটিৰ ৱেবছাইট বা hrarias@arias.in/ hrdepariass@gmail.com ই-মেইল কৰি আৱেদন কৰিব পাৰে।
বিতং তথ্যৰ বাবে ইয়াত ক্লিক কৰি বিভাগীয় বিজ্ঞাপন চাব পাৰে।
লগতে পঢক : ইউৰো ২০২০ : শ্বাসৰুদ্ধকৰ খেলা! ফ্লান্সক হৰুৱাই কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ ছুইজাৰলেণ্ডৰ