গুৱাহাটী : অসম চৰকাৰৰ আছাম ৰূৰেল ইনফ্ৰাষ্ট্ৰাক্সাৰ এণ্ড এগ্ৰিকালচাৰেল ছাৰ্ভিচেছ (ARIAS) ছচাইটিৰ অধীনত ২০ পদত নিযুক্তি উলাইছে। ইচ্ছুক প্ৰাৰ্থী সকলে উক্ত পদসমূহৰ বাবে অনলাইন আৱেদন কৰিব পাৰে।

District Agriculture Marketing Coordinator

  • ৯টা পদ
  • শিক্ষাগত অৰ্হতা যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা কৃষি বিজ্ঞান বিভাগৰ স্নাতক।
  • দৰমহা বছৰি ৬.৬০ লাখৰ পৰা ১০.৮০ লাখ টকা।
  • বয়স ২০২১ চনৰ ১ জুলাইত ৪৫ বছৰতকৈ কম হ’ব লাগিব।

Business Process Re–engineering Expert (BPRE)

  • ৩টা পদ
  • শিক্ষাগত অৰ্হতা যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা Electronics/Computer Science/IT/Information Systems আদিত B. Tech/ BE বা MCA/MSc IT
  • দৰমহা বছৰি ৬.৬০ লাখৰ পৰা ১০.৮০ লাখ টকা।
  • বয়স ২০২১ চনৰ ১ জুলাইত ৪৫ বছৰতকৈ কম হ’ব লাগিব।

Fertilizer & Soil Health Specialist (FSHS)

  • ১টা পদ
  • শিক্ষাগত অৰ্হতা যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা কৃষি বিজ্ঞান বিভাগত স্নাতকোত্তৰ
  • দৰমহা বছৰি ১৮.০০ লাখৰ পৰা ২৫.৮০ লাখ টকা।
  • বয়স ২০২১ চনৰ ১ জুলাইত ৫০ বছৰতকৈ কম হ’ব লাগিব।

Agribusiness Appraisal Expert (AAE)

  • ৩টা পদ
  • শিক্ষাগত অৰ্হতা Finance/Business Administration/ International Business/ Economics আদি বিষয়ত স্নাতকোত্তৰ
  • দৰমহা বছৰি ১১.৪০ লাখৰ পৰা ১৯.৮০ লাখ টকা।
  • বয়স ২০২১ চনৰ ১ জুলাইত ৪৫ বছৰতকৈ কম হ’ব লাগিব।

Financial Management Expert (FME)

  • ২টা পদ
  • শিক্ষাগত অৰ্হতা Finance/Finance & Accounts/ Commerce আদি বিষয়ত স্নাতকোত্তৰ
  • দৰমহা বছৰি ১১.৪০ লাখৰ পৰা ১৯.৮০ লাখ টকা।
  • বয়স ২০২১ চনৰ ১ জুলাইত ৪৫ বছৰতকৈ কম হ’ব লাগিব।

Procurement Management Expert (PME)

  • ৩টা পদ
  • শিক্ষাগত অৰ্হতা যিকোনো বিষয়ত স্নাতকোত্তৰ
  • দৰমহা বছৰি ১১.৪০ লাখৰ পৰা ১৯.৮০ লাখ টকা।
  • বয়স ২০২১ চনৰ ১ জুলাইত ৪৫ বছৰতকৈ কম হ’ব লাগিব।

ইচ্ছুক প্ৰাৰ্থী সকলে ৫ জুলাই ২০২১ত আবেলি ৪.৩০ বজাৰ ভিতৰত ARIAS ছচাইটিৰ ৱেবছাইট বা hrarias@arias.inhrdepariass@gmail.com ই-মেইল কৰি আৱেদন কৰিব পাৰে।

বিতং তথ্যৰ বাবে ইয়াত ক্লিক কৰি বিভাগীয় বিজ্ঞাপন চাব পাৰে।

লগতে পঢক : ইউৰো ২০২০ : শ্বাসৰুদ্ধকৰ খেলা! ফ্লান্সক হৰুৱাই কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ ছুইজাৰলেণ্ডৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,127 other subscribers

Leave a comment

Leave a Reply